আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটীত বি এছছি নাৰ্ছিং পাঠ্যক্ৰম
| শ্ৰেণী | আসন |
|---|---|
| এন ই চি | ১৫ |
| সাধাৰণ | ২৬ |
| অনূসূচীত জাতি | ৩ |
| অনুসূচিত জনজাতি (ভৈয়াম) | ৫ |
| অনুসূচীত জনজাতি (পাৰ্বত্য) | ২ |
| অবিচি/এমঅ'বিচি | ৭ |
| চাহশ্ৰমিক | ২ |
| শাৰীৰিকভাৱে অক্ষম (৩%) | * |
| মুঠ | ৬০ |
* শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে পৃথক আসন নাই, কিন্তু একোজন প্ৰাৰ্থী উল্লেখিত শ্ৰেণীসমূহৰ যি ভাগত পৰে, তাৰে পৰাই আসন আৱণ্টিত কৰা হয়।
বি এছ ছি নাৰ্ছিং কলেজ, ডিব্ৰুগড়
| শ্ৰেণী | আসন |
|---|---|
| সাধাৰণ | ৩৮ |
| অনুসূচীত জাতি | ৪ |
| অনুসূচীত জনজাতি (ভৈয়াম) | ৬ |
| অনুসূচীত জনজাতি (পাৰ্বত্য) | ৩ |
| অবিচি/এম অবিচি | ৯ |
| শাৰীৰিকভাৱে অক্ষম (৩%) | * |
| মুঠ | ৬০ |
* শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে পৃথক আসন নাই, কিন্তু একোজন প্ৰাৰ্থী উল্লেখিত শ্ৰেণীসমূহৰ যি ভাগত পৰে, তাৰে পৰাই আসন আৱণ্টিত কৰা হয়।
বি এছ ছি নাৰ্ছিং কলেজ, শিলচৰ
| শ্ৰেণী | আসন |
|---|---|
| সাধাৰণ | ৩৭ |
| অনুসূচীত জাতি | ৫ |
| অনুসূচীত জনজাতি (ভৈয়াম) | ৬ |
| অনুসূচীত জনজাতি (পাৰ্বত্য) | ৩ |
| অবিচি/এম অবিচি | ৯ |
| শাৰীৰিকভাৱে অক্ষম (৩%) | * |
| মুঠ | ৬০ |
* শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে পৃথক আসন নাই, কিন্তু একোজন প্ৰাৰ্থী উল্লেখিত শ্ৰেণীসমূহৰ যি ভাগত পৰে, তাৰে পৰাই আসন আৱণ্টিত কৰা হয়।
এম এছ ছি নাৰ্ছিং পাঠ্যক্ৰম
আঞ্চলিক নাৰ্ছিং কলেজ, গুৱাহাটী
| বিষয় | মুঠ আসন | সাধাৰণ | উত্তৰ-পূৱ পৰিষদ | পুল আসন |
|---|---|---|---|---|
| মেডিকেল চাৰ্জিকেল নাৰ্ছিং | ৫ | ২ | ১ | ২ |
| স্ত্ৰী আৰু প্ৰসূতি নাৰ্ছিং | ৫ | ২ | ১ | ২ |
| শিশু স্বাস্থ্য (পেডিয়াট্ৰিক নাৰ্ছিং) | ৫ | ২ | ১ | ২ |
| মানসিক স্বাস্থ্য (মানসিক ৰোগ) নাৰ্ছিং | ৫ | ২ | ২ | ১ |
| জনস্বাস্থ্য নাৰ্ছিং | ৫ | ২ | ২ | ১ |
| মুঠ | ২৫ | ১0 | ৭ | ৮ |