দন্ত চিকিৎসাৰ স্নাতক পাঠ্যক্ৰম (BDS): আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী
শ্ৰেণীঅনুসাৰে উপলব্ধ আসনৰ সংখ্যা কেৱল ২০১৬ শিক্ষা বৰ্ষৰ বাবেহে প্ৰযোজ্য
| সৰ্বভাৰতীয় কোটা (১৫%) | ৬ |
| উত্তৰ পূৱৰ ৰাজ্য | ১৭ |
| সাধাৰণ | ৮ |
| অনুসূচিত জাতি (৭%) | ২ |
| অনূসূচিত জনজাতি (ভৈয়াম) (১০%) | ১ |
| অনূসূচিত জনজাতি (পাৰ্বত্য) (৫%) | ২ |
| অবিচি/এমঅবিচি (১৫%) | ২ |
| শ্বহীদসকলৰ কোটা | ১ |
| চাহশ্ৰমিক/প্ৰাক্তন চাহ-শ্ৰমিক কোটা | ১ |
| মুঠ | ৪০ |
দন্ত চিকিৎসাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম (MDS) আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী
| বিষয় | মুঠ আসন | সৰ্বভাৰতীয় কোটা | ৰাজ্যিক কোটা |
|---|---|---|---|
| পেৰিড'ন্টীয়া | ২ | ১ | ১ |
| অপাৰেটিভ কনাজাৰভেটিভ ডেণ্টিষ্ট্ৰী | ১ | ১ | ১ |
| প্ৰস্থ'ডণ্টিকছ | ২ | ১ | ১ |
| অৰেল এণ্ড মেক্সিল'ফেচিয়েল চাৰ্জাৰী | ১ | ১ | ১ |
| অৰ্থডন্টিকছ | ২ | ১ | ১ |
| মুঠ | ১০ | ৫ | ৫ |
টোকা: ৰাজ্যিক কোটাৰ ৫০% আসন উত্তৰ-পূৱ পৰিষদৰ কোটাৰ বাবে সংৰক্ষিত