ডিপ্লমা ইন ফাৰ্মাচী, ফাৰ্মাচী প্ৰতিষ্ঠান, অসম মেডিকেল কলেজ, ডিব্ৰুগড়
| শ্ৰেণী | আসন |
|---|---|
| সাধাৰণ | ৪০ |
| অনূসূচীত জাতি | ৫ |
| অনুসূচীত জনজাতি (ভৈয়াম) | ৭ |
| অনুসূচীত জনজাতি (পাহাৰ) | ৪ |
| অবিচি/এমঅ'বিচি | ১১ |
| চাহ বাগানৰ শ্ৰমিক/প্ৰাক্তন চাহশ্ৰমিক | ২ |
| চৰ এলেকা | ১ |
| মুঠ | ১০০ |
ফাৰ্মাচী প্ৰতিষ্ঠান, গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী
| শ্ৰেণী | আসন |
|---|---|
| সাধাৰণ | ৩৮ |
| অনূসূচীত জাতি | ৪ |
| অনুসূচীত জনজাতি (ভৈয়াম) | ৬ |
| অনুসূচীত জনজাতি (পাহাৰ) | ৩ |
| অবিচি/এমঅ'বিচি | ৯ |
| মুঠ | ৬০ |
ফাৰ্মাচী প্ৰতিষ্ঠান, শিলচৰ মেডিকেল কলেজ, শিলচৰ
| শ্ৰেণী | আসন |
|---|---|
| সাধাৰণ | ২৪ |
| অনূসূচীত জাতি | ৩ |
| অনুসূচীত জনজাতি (ভৈয়াম) | ৪ |
| অনুসূচীত জনজাতি (পাহাৰ) | ২ |
| অবিচি/এমঅ'বিচি | ৬ |
| চৰ অঞ্চল | ১ |
| মুঠ | ৪০ |
* *শাৰীৰিকভাৱে অক্ষম প্ৰাৰ্থীৰ বাবে পৃথকে শ্ৰেণী নাই, একোজন প্ৰাৰ্থী ওপৰত উল্লেখিত যি বৰ্গৰে হয়, সেই অনুযায়ী তাৰ বাবে সংৰক্ষিত আসনৰ পৰাই আসনৰ ব্যৱস্থা কৰা হয়।