মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিসমূহ

  • ১. ডিফু, ধুবুৰী, নগাওঁ আৰু উত্তৰ লখিমপুৰত বৰ্তমানে থকা জিলা/ৰেফাৰেল চিকিৎসালয়ৰ সতে সংলগ্ন চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন
    ২. নতুন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰম্ভ কৰিবৰ বাবে আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত আসন সংখ্যা বঢ়াবৰ বাবে ৰাজ্যিক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৱলীকৰণ আৰু উন্নীতকৰণ (এএমচি, ডিব্ৰুগড়, জিএমচি, গুৱাহাটী আৰু এছএমচি, শিলচৰত)
    ৩. ৰাষ্ট্ৰীয় কৰ্কটৰোগ, মধুমেহ, হৃদতন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰক আদিৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্য্যসূচীৰ (NPCDCS) অধীনত জিএমচিএইচ, গুৱাহাটীৰ সংলগ্ন ২০০খন বিছনাযুক্ত কেঞ্চাৰ হস্পিটেলক ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানলৈ উন্নীতকৰণ