মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

অংগ সংৰোপন

  • এই প্ৰকল্পৰ বাবে কাৰ্য্যবাহী বিষয়া নিৰ্বাচন কৰা হৈছে আৰু সমিতি গঠন কৰা হৈছে। গড়কাপ্তানি (ভৱন)বিভাগে ইতিমধ্যে অংগ সংৰোপনৰ বাবে অস্ত্ৰোপচাৰ কক্ষ আৰু আইচিইউৰ মেৰামতি/পুনৰ্নিমাণকল্পে ৩৮.৩০ লাখ টকাৰ এক আনুমানিক ব্যয়ৰ হিচাপ দাখিল কৰিছে।

    অংগ সংৰোপনৰ অনুমোদন:-

    এই অনুমোদন প্ৰদান কৰিব স্বাস্থ্য শিক্ষা সঞ্চালকক অধ্যক্ষ হিচাপে লৈ অসম চৰকাৰে গঠন কৰি দিয়া এখন সমিতিয়ে।