মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

পেঞ্চন

  • এল'পেথিক চিকিৎসকৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা হৈছে।
    'আয়ুস' (AYUSH) বিভাগৰ চিকিৎসকৰো অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ বাবে বিভাগে কৰ্তৃপক্ষক আৱেদন কৰিছে।
    ৩০/০৭/২০১৬ তাৰিখৰ জাননী নং HLA.528/2015/Pt/43