চিকিৎসা শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণা সঞ্চালকালয়, অসম স্থাপন কৰা হয় ১৯৮৪ চনত অসম চৰকাৰৰ স্ৱাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত। এই সঞ্চালকালয়ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহ হ'ল:
ডাঃ অনুপ কুমাৰ বৰ্মণ এমবিবিএছ, এমডি (মেডিছিন), ডিএম (নেফ্ৰ) | সঞ্চালক, চিকিৎসা শিক্ষা |
ডাঃ বি পি চক্ৰৱৰ্তী এমবিবিএছ, এমডি (মেডিছিন), | বিশেষ দায়িত্ৱপ্ৰাপ্ত বিষয়া |
ডাঃ এম কে চৌধুৰী এমবিবিএছ, এমডি (ফিজিঅ'লজি), | অতিৰিক্ত সঞ্চালক, চিকিৎসা শিক্ষা |
শ্ৰী ধ্ৰুৱজ্যোতি বৰা, এচিএছ | অতিৰিক্ত সঞ্চালক (প্ৰশাসন), চিকিৎসা শিক্ষা |
শ্ৰী সঞ্জীৱ কুমাৰ কলিতা | জ্যেষ্ঠ বিত্ত আৰু হিচাপ বিষয়া |
শ্ৰী মতী কল্পনা শৈকীয়া | সহকাৰী গৱেষণা বিষয়া |