মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

এই অনুষ্ঠানটো কি

  • চিকিৎসা শিক্ষা, প্ৰশি‌ক্ষণ আৰু গৱেষণা সঞ্চালকালয়, অসম স্থাপন কৰা হয় ১৯৮৪ চনত অসম চৰকাৰৰ স্ৱাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত। এই সঞ্চালকালয়ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহ হ'ল:

    মূখ্য বিষয়াবৰ্গ:
    ডাঃ অনুপ কুমাৰ বৰ্মণ
    এমবিবিএছ, এমডি (মেডিছিন), ডিএম (নেফ্ৰ)
    সঞ্চালক, চিকিৎসা শিক্ষা
    ডাঃ বি পি চক্ৰৱৰ্তী
    এমবিবিএছ, এমডি (মেডিছিন),
    বিশেষ দায়িত্ৱপ্ৰাপ্ত বিষয়া
    ডাঃ এম কে চৌধুৰী
    এমবিবিএছ, এমডি (ফিজিঅ'লজি),
    অতিৰিক্ত সঞ্চালক, চিকিৎসা শিক্ষা
    শ্ৰী ধ্ৰুৱজ্যোতি বৰা, এচিএছঅতিৰিক্ত সঞ্চালক (প্ৰশাসন), চিকিৎসা শিক্ষা
    শ্ৰী সঞ্জীৱ কুমাৰ কলিতাজ্যেষ্ঠ বিত্ত আৰু হিচাপ বিষয়া
    শ্ৰী মতী কল্পনা শৈকীয়াসহকাৰী গৱেষণা বিষয়া