Home ❯
আমাৰ কৰ্তব্য আৰু দায়িত্ৱ
আমাৰ কৰ্তব্য আৰু দায়িত্ৱ
-
- চিকিৎসা বিজ্ঞানৰ বিভিন্ন শাখা যেনে এল''পেথিক, আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক তথা পেৰামেডিকেল বিজ্ঞানত দক্ষতা বৃদ্ধি কৰা
- সঞ্চালকালয়ৰ অধীনত থকা হস্পিতেলৰ মাধ্যমেৰে অসমৰ ৰাইজৰ বাবে স্ৱাস্থ্য সেৱাৰ সুবিধা প্ৰসাৰ কৰা
- উপযুক্ত পৰিকল্পনাৰ মাধ্যমেৰে চিকিৎসা শিক্ষাৰ বিকাশ আৰু বৰ্ধন
- অসমত চিকিৎসা বিজ্ঞান বিষয়ক গৱেষণাৰ বিকাশ
- সঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠানৰ দ্ৱাৰা চিকিৎসা বিজ্ঞান বিষয়ত মানৱসম্পদৰ বিকাশসাধন
- সঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন স্ৱাস্থ্য শিক্ষা প্ৰতিষ্ঠানৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লমা আৰু পষ্ট ডক্টৰেল পাঠ্যক্ৰমৰ প্ৰশাসনিক নিয়ন্ত্ৰণ
- ইয়াৰ অধীনস্থ সকলো মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ