আৰআইপিএছএটি
আঞ্চলিক ফাৰ্মাচিউটিকেল বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (RIPSAT), আগৰতলা
পাঠ্যক্ৰম:
প্ৰয়োজনীয় অৰ্হতা:
- ১/ ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ নিয়মানুসাৰে নামভৰ্তিৰ বাবে নিম্নতম অৰ্হতা হ'ল পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত (PCM) অথবা পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু জীৱবিজ্ঞান (PCB)বিষয় সহ সাধাৰণ বৰ্গৰ প্ৰাৰ্থীৰ বাবে ৫০% আৰু অনুসূচীত জাতি তথা জনজাতি প্ৰাৰ্থীৰ বাবে ৪৫% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ।
- ২/ ১/০৮/২০১৬ ত প্ৰাৰ্থীৰ বসয় ২৫ বছৰতকৈ অধিক হ'ব নালাগিব।
- ৩/ প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।