আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটীত বি এছছি নাৰ্ছিং পাঠ্যক্ৰম
শ্ৰেণী | আসন |
---|---|
এন ই চি | ১৫ |
সাধাৰণ | ২৬ |
অনূসূচীত জাতি | ৩ |
অনুসূচিত জনজাতি (ভৈয়াম) | ৫ |
অনুসূচীত জনজাতি (পাৰ্বত্য) | ২ |
অবিচি/এমঅ'বিচি | ৭ |
চাহশ্ৰমিক | ২ |
শাৰীৰিকভাৱে অক্ষম (৩%) | * |
মুঠ | ৬০ |
* শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে পৃথক আসন নাই, কিন্তু একোজন প্ৰাৰ্থী উল্লেখিত শ্ৰেণীসমূহৰ যি ভাগত পৰে, তাৰে পৰাই আসন আৱণ্টিত কৰা হয়।
বি এছ ছি নাৰ্ছিং কলেজ, ডিব্ৰুগড়
শ্ৰেণী | আসন |
---|---|
সাধাৰণ | ৩৮ |
অনুসূচীত জাতি | ৪ |
অনুসূচীত জনজাতি (ভৈয়াম) | ৬ |
অনুসূচীত জনজাতি (পাৰ্বত্য) | ৩ |
অবিচি/এম অবিচি | ৯ |
শাৰীৰিকভাৱে অক্ষম (৩%) | * |
মুঠ | ৬০ |
* শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে পৃথক আসন নাই, কিন্তু একোজন প্ৰাৰ্থী উল্লেখিত শ্ৰেণীসমূহৰ যি ভাগত পৰে, তাৰে পৰাই আসন আৱণ্টিত কৰা হয়।
বি এছ ছি নাৰ্ছিং কলেজ, শিলচৰ
শ্ৰেণী | আসন |
---|---|
সাধাৰণ | ৩৭ |
অনুসূচীত জাতি | ৫ |
অনুসূচীত জনজাতি (ভৈয়াম) | ৬ |
অনুসূচীত জনজাতি (পাৰ্বত্য) | ৩ |
অবিচি/এম অবিচি | ৯ |
শাৰীৰিকভাৱে অক্ষম (৩%) | * |
মুঠ | ৬০ |
* শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে পৃথক আসন নাই, কিন্তু একোজন প্ৰাৰ্থী উল্লেখিত শ্ৰেণীসমূহৰ যি ভাগত পৰে, তাৰে পৰাই আসন আৱণ্টিত কৰা হয়।
এম এছ ছি নাৰ্ছিং পাঠ্যক্ৰম
আঞ্চলিক নাৰ্ছিং কলেজ, গুৱাহাটী
বিষয় | মুঠ আসন | সাধাৰণ | উত্তৰ-পূৱ পৰিষদ | পুল আসন |
---|---|---|---|---|
মেডিকেল চাৰ্জিকেল নাৰ্ছিং | ৫ | ২ | ১ | ২ |
স্ত্ৰী আৰু প্ৰসূতি নাৰ্ছিং | ৫ | ২ | ১ | ২ |
শিশু স্বাস্থ্য (পেডিয়াট্ৰিক নাৰ্ছিং) | ৫ | ২ | ১ | ২ |
মানসিক স্বাস্থ্য (মানসিক ৰোগ) নাৰ্ছিং | ৫ | ২ | ২ | ১ |
জনস্বাস্থ্য নাৰ্ছিং | ৫ | ২ | ২ | ১ |
মুঠ | ২৫ | ১0 | ৭ | ৮ |