মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

নাম ভৰ্তি কৰিব

বিডিএছ/এমডিএছত নামভৰ্তি

বিডিএছ:

শিক্ষাপ্ৰদান কৰা হয় আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী

শিক্ষাবৰ্ষ আৰম্ভ হয়:প্ৰতি বছৰৰ আগষ্ট মাহত

আসন সংখ্যা: ৪০

বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্তসকল তথা প্ৰতি বছৰে অনুষ্ঠিত প্ৰ্ৱেশ পৰীক্ষাত মেধা অনুসৰি নিৰ্বাচিত প্ৰাৰ্থী আৰু ইয়াৰ পাছত কাউন্সেলিং প্ৰক্ৰিয়াৰে ভৰ্তি কৰা হয়। বিডিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ শেষ তাৰিখ ৩০ ছেপ্টেম্বৰ।

এম ডিএছ.:

শিক্ষাপ্ৰদান কৰা হয় আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী

শিক্ষাবৰ্ষ আৰম্ভ হয়:প্ৰতি বছৰৰ জুন মাহত

আসন সংখ্যা:৪০

বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা ভৰ্তি কৰা হয়।