মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

নাম ভৰ্তি কৰিব

এমবিবিএছ(স্নাতক)ত নামভৰ্তি

  • আগবঢ়োৱা হয়: অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
  • শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ
  • যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট
  • ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা

শিক্ষা বৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ আগষ্ট মাহত।

মুঠ আসন সংখ্যা: ৬২৬

বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্তসকল তথা প্ৰতি বছৰে অনুষ্ঠিত প্ৰ্ৱেশ পৰীক্ষাত মেধা অনুসৰি নিৰ্বাচিত প্ৰাৰ্থী আৰু ইয়াৰ পাছত কাউন্সেলিং প্ৰক্ৰিয়াৰে ভৰ্তি কৰা হয়।