মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

শিক্ষাৰ্থী কক্ষ

ক.গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

স্নাতক পৰ্য্যায়

  • ডিগ্ৰী: এম বি বি এছ (M.B.B.S.)
  • পাঠ্যক্ৰমৰ সময়:পাঁচ বছৰ, তাৰে এবছৰ শিক্ষানৱিচী কাৰ্য্যসূচী
  • মুখ্য বিষয়: শৰীৰগঠন বিদ্যা বা এনাটমি, শৰীৰ তত্ব বিদ্যা বা ফিজিঅ'লজি, জৈৱৰসায়নবিদ্যা বা বায়'কেমিষ্ট্ৰী, ঔষধবিজ্ঞান বা ফাৰ্মাক'ল'জী, ৰোগনিদানবিজ্ঞান বা পেথ'ল'জী, অণুজীৱবিজ্ঞান, ফৰেনচিক এণ্ড ষ্টেট মেডিচিন, কমিউনিটী মেডিছিন, মেডিছিন, শল্যচিকিৎসা (অৰ্থপেডিকছ সহ), শিশুৰোগ বিজ্ঞান, স্ত্ৰীৰোগ, চক্ষুৰোগ তথা কাণ, নাক আৰু ডিঙিৰ ৰোগবিজ্ঞান
  • স্বীকৃতিপ্ৰদান কাৰী বিশ্ববিদ্যালয়: শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
  • ভাৰতৰ মেডিকেল কাউন্সিলে এই এমবিবিএছ ডিগ্ৰীক স্বীকৃতি প্ৰদান কৰিছে।
  • প্ৰতিবছৰেস্নাতকমহলাতনামভৰ্তিৰসংখ্যা:১৫৬.
  • বাছনি প্ৰক্ৰিয়া: সৰ্বভাৰতীয় আৰু ৰাজ্যিক বাছনি সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে।

স্নাতকোত্তৰ শিক্ষা

  • বিভিন্ন বিষয়ৰ ডিগ্ৰী আৰু ডিপ্লমা
  • বাছনি প্ৰক্ৰিয়া: সৰ্বভাৰতীয় আৰু ৰাজ্যিক বাছনি সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে।
  • স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাল: ডিগ্ৰী ৩ বছৰ; ডিপ্ল'মা – ২ বছৰ
  • স্নাতকোত্তৰ (ডিগ্ৰী)ৰ বাবে: থেছিছ জমা দিয়াটো বাধ্যতামূলক
 
বিষয়প্ৰদান কৰা ডিগ্ৰীআসন সংখ্যাপ্ৰদান কৰা ডিপ্লমাআসন সংখ্যা
এনাটমী বা দেহব্যৱচ্ছেদ বিদ্যাএম এছ--
এনাষ্টেথিয়'লজি বা সংজ্ঞাহৰণ বিদ্যাএম ডিডি এ
জৈৱৰসায়ন বিজ্ঞানএম ডি--
কমিউনিটী মেডিছিনএম ডি--
চৰ্মৰোগএম ডি--
আপাতকালীন আৰু গুৰুতৰকালীন যত্নএম ডি--
ই এন টিএম এছডি এল অ'
ফৰেনচিক মেডিছিনএম ডিডি এফ এছ এম
মেডিছিনএম ডি১৭--
অণুজীৱবিজ্ঞানএম ডি--
স্ত্ৰীৰোগ আৰু প্ৰসূতিৰোগএম এছ১৩--
চক্ষুৰোগএম এছডি অ'
অৰ্থপেডিকছএম এছ--
পেথ'লজিএম ডিডি চি পি
শিশুৰোগএম ডিডি চি এইচ
ফাৰ্মাক'ল'জীএম ডি--
শৰীৰতত্ববিজ্ঞানএম ডি--
মনোৰোগএম ডি--
ৰেডিঅ' ডায়'গন'ছিছএম ডি--
শল্যৰোগএম এছ১৫--
যক্ষ্মা আৰু শ্বাসৰোগএম ডি--

পষ্ট ডক্টৰেল শিক্ষা

বিষয়আসনসংখ্যা
প্লাষ্টিক চাৰ্জাৰী
পেডিয়াট্ৰিক চাৰ্জাৰী
কাৰ্ডিঅ'-থৰাচিক চাৰ্জাৰী
ইউৰ'লজী
নিউৰ'চাৰ্জাৰী

ডি এম পাঠ্যক্ৰমসমূহ:

বিষয়আসন সংখ্যা
নিউৰ'লজী
এণ্ডক্ৰাইন'লজী
কাৰ্ডিঅ'লজী
নেফ্ৰলজী

গ. শিলচৰ চিকিৎসা মহাবিদ্যালয়

স্নাতক শিক্ষা:

• ডিগ্ৰী: এম বি বি এছ (M.B.B.S.)পাঠ্যক্ৰমৰ সময়: পাঁচ বছৰ, তাৰে এবছৰ শিক্ষানৱিচী কাৰ্য্যসূচী

মুখ্য বিষয়:

  1. এনাটমি
  2. শৰীৰতত্ব বা ফিজিঅ'লজি
  3. জৈৱৰসায়ন
  4. ফাৰ্মাক'ল'জি
  5. পেথ'লজি
  6. অণুজীৱবিজ্ঞান
  7. ফৰেনচিক আৰু ষ্টেট মেডিচিন
  8. কমিউনিটী মেডিছিন
  9. মেডিছিন
  10. শল্যচিকিৎসা (অস্থিৰোগ সহ)
  11. শিশুৰোগ
  12. স্ত্ৰীৰোগ আৰু প্ৰসূতিৰোগ
  13. চক্ষুৰোগ
  14. নাক-কাণ-ডিঙিৰ ৰোগ

স্বীকৃতি প্ৰদানকাৰী বিশ্ববিদ্যালয়:

২০১০ চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়
২০০৯ বৰ্ষ পৰ্য্যন্ত অসম বিশ্ববিদ্যালয়
এই এমবিবিএছ ডিগ্ৰী ভাৰতৰ মেডিকেল কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত

ক্ৰমিক নংপাঠ্যক্ৰমস্বীকৃতিমুঠ
এমবিবিএছ১০০ আসন১০০

স্নাতক প্ৰয্যায়ত প্ৰতি বছৰে হোৱা নামভৰ্তিৰ সংখ্যা: ১০০

বাছনি প্ৰক্ৰিয়া:

সৰ্বভাৰতীয় আৰু ৰাজ্যিক বাছনি সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে।

স্নাতকোত্ত্ৰ শিক্ষা

বাছনি প্ৰক্ৰিয়া:

সৰ্বভাৰতীয় আৰু ৰাজ্যিক বাছনি সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে।

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সময়: ডিগ্ৰী ৩ বছৰ; ডিপ্লমা – ২ বছৰ

স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে: থেছিছ দাখিল বাধ্যতামূলক

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে উপলব্ধ বিষয়:

বিষয়ডিগ্ৰীডিপ্লমাআসন সংখ্যাস্বীকৃতিৰ পৰ্য্যায়
ডিগ্ৰীডিপ্লমা
ই এন টিএম এছডি এল অ'স্বীকৃত
মেডিছিনএম ডি--স্বীকৃত
প্ৰসূতি আৰু স্ত্ৰীৰোগএম এছডি জি অ'স্বীকৃত
চক্ষু ৰোগএম এছডি অস্বীকৃত
মানসিক ৰোগএম ডিডি পি এমস্বীকৃত
শল্য ৰোগএম এছ--স্বীকৃত
ৰেডিঅ' ডায়গন'ছিছএম ডি--স্বীকৃত
এনাষ্টেথিয়লজিএম ডি--স্বীকৃত
পেথলজিএম ডি--স্বীকৃত
অস্থিৰোগMS--স্বীকৃত
এনাটমীMS--অনুমোদিত
ফিজিঅ'লজিএম ডি--অনুমোদিত
বায় কেমিষ্ট্ৰীএম ডি--অনুমোদিত
মাইক্ৰবায়'লজিএম ডি--অনুমোদিত
ফাৰ্মাক'লজীএম ডি--অনুমোদিত
ফৰেনচিক আৰু এছ এমএম ডি--অনুমোদিত
শিশুৰোগএম ডি--অনুমোদিত
চৰ্মৰোগএম ডি--অনুমোদিত

ঘ.যোৰহাট চিকিৎসা মহাবিদ্যালয়

ফকখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল