মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

কৰ্কট ৰোগৰ চিকিৎসালয়

অসমত থকা কৰ্কট ৰোগৰ চিকিৎসালয়, প্ৰতিষ্ঠান আৰু কেন্দ্ৰসমূহ
১. জিএমচিএইচ কেন্সাৰ চিকিৎসালয় (২০০ খন বিছনাযুক্ত)
গুৱাহাটী
২. ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
(চিকিৎসা আৰু গৱেষণাৰ আঞ্চলিক প্ৰতিষ্ঠান)
গোপীনাথ নগৰ, গুৱাহাটী
অসম - ৭৮১০১৬
ফোন নং. +৯১-৩৬১-২৪৭২৩৬৬, ২৪৭২৬৩৬, ২৪৭২৩৬৪

৩. উত্তৰ পূৱ কেন্সাৰ চিকিৎসালয়
যোৰাবাট, গুৱাহাটী,
অসম - ৭৮১০২৩
ফোন নং. ০৯৪৩৫০৪৪০৭৬

৪. কাছাৰ কেন্সাৰ হস্পিটেল চছাইটী
N. S. Avenue, Silchar
অসম - 788005
ফোন নং. +91 (03842) 231901

৫. কাছাৰ কেন্সাৰ হস্পিটেল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ
মেহেৰপুৰ, শিলচৰ
অসম - ৭৮৮০১৫
ফোন নং. +৯১ (০৩৮৪২) ২২৪৭৯৫/২৪০৬০৮

৬. ল'ৱাৰ অসম চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
উত্তৰ বঙাইগাওঁ, চাপাগুৰি পথ,
উত্তৰ বঙাইগাওঁ, বঙাইগাওঁ - ৭৮৩৩৮০
ফোন নং. (০৩৬৬৪)২৩০৪৬৪, ২৩০৪৬৫

৭. জে জে মেম'ৰিয়েল হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ,
ডিব্ৰুগড়, অসম – ৭৮৬০০৫
ফোন নং. (০৩৭৩) ৩০২৪৭০, ৩০০১৪৭

৮. সৃষ্টি হস্পিটেলছ আৰু ৰিছাৰ্ছ চেণ্টাৰ×
পল্টন বজাৰ, জালান নগৰ,
ডিব্ৰুগড়, অসম - ৭৮৬০০৫
ফোন নং. (০৩৭৩) ২৩০১৩০০, ৩০০২৪

৯. ফ্লোৰেঞ্চ হস্পিটেল
পঞ্চৰত্ন পথ,
গোৱালপাৰা -৭৮৩১০১,
অসম
ফোন নং. (০৩৬৬৩) ২৪২০৮৪

১০. এডলেব্ ডায়'গ'ষ্টিক এণ্ড ৰিছাৰ্ছ চেণ্টাৰ
চেইণ্ট মেৰীজ বিদ্যালয়ৰ বিপৰীতে, এম চি পথ,
গুৱাহাটী - ৭৮১০০৩,
জিলা: কামৰূপ মেট্ৰ', অসম
ফোন নং. (০৩৬১) ২৬৬৪৮০১, ২৬৬৪৮৯৫

১১. আৰ্য হস্পিটেল
এ এম পথ, অপ্সৰা চিনেমা হলৰ বিপৰীতে,
ৰিহাবাৰী, গুৱাহাটী - ৭৮১০০৮,
জিলা: কামৰূপ মেট্ৰ', অসম
ফোন নং. (০৩৬১)২৬০৬৬৫, ২৬০৬৮৮৮

১২. ধৰণীধৰ মেম'ৰিয়েল ইনষ্টিটিউট অৱ মেডিকেল চাইন্স এণ্ড ৰিছাৰ্ছ (DIMS)
২ নং মথঘৰীয়া, বি জি তিনিআলি,
জু নাৰেংগী পথ, গুৱাহাটী - ৭৮১০২০
জিলা: কামৰূপ মেট্ৰ', অসম
ফোন নং. (০৩৬১) ২৬৫৬৯৫৭, ২৬৫৬৫৪৬

১৩. গুৱাহাটী নিউৰ' ৰিছাৰ্ছ চেণ্টাৰ লিমিটেড
দিছপুৰ চুপাৰ মাৰ্কেটৰ কাষত,
গুৱাহাতিই-৭৮১০০৬,
জিলা: কামৰূপ মেট্ৰ', অসম
ফোন নং. (০৩৬১) ২২২৭৭০, ২২২৭৭০১