মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ

স্বাস্থ্যশিক্ষা সঞ্চালকালয়, অসমৰ অধীনস্থ বিভিন্ন চিকিৎসা মহাবিদ্যালয়সমূহ:

চিকিৎসা মহাবিদ্যালয়সমূহ:

  1. অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
  2. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
  3. শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ
  4. যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট
  5. ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা
  6. তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ
দন্ত চিকিৎসা মহাবিদ্যালয়:
  1. আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
নাৰ্চিং মহাবিদ্যালয়:
  1. আঞ্চলিক নাৰ্চিং মহাবিদ্যালয়, গুৱাহাটী
  2. বি এছ ছি নাৰ্চিং মহাবিদ্যালয়, ডিব্ৰুগড়
  3. বি এছ ছি নাৰ্চিং মহাবিদ্যালয়, শিলচৰ
ফাৰ্মাচী প্ৰতিষ্ঠান:
  1. ফাৰ্মাচী প্ৰতিষ্ঠান, ডিব্ৰুগড়
  2. ফাৰ্মাচী প্ৰতিষ্ঠান, গুৱাহাটী
  3. ফাৰ্মাচী প্ৰতিষ্ঠান, শিলচৰ

ৰাজহুৱা স্বাস্থ্যৰ বি এছ ছি:

    1. চিকিৎসা প্ৰতিষ্ঠান, যোৰহাট

পেৰামেডিকেল প্ৰতিষ্ঠান:
  1. পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, ডিব্ৰুগড়
  2. পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী

  3. পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, শিলচৰ

  4. পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, যোৰহাট

  5. পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, বৰপেটা

চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনত ত্ৰিস্তৰীয় যত্নৰ চিকিৎসালয়:
  1. অসম চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, ডিব্ৰুগড়
  2. গুৱাহাটীচিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, গুৱাহাটী
  3. শিলচৰ চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, শিলচৰ
  4. যোৰহাট চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, যোৰহাট
  5. ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়আৰু চিকিৎসালয়, বৰপেটা
  6. তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তেজপুৰ
  7. মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় , জিএমচিএইচৰ সতে সংযুক্ত
  8. ২০০ খন বিচনাযুক্ত কেন্সাৰ চিকিৎসালয়, জিএমচিএইচৰ সতে সংযুক্ত

স্বাস্থ্যশিক্ষা সঞ্চালকালয়, অসমৰ অধীনত স্থাপন হ'বলগীয়া চিকিৎসা প্ৰতিষ্ঠানসমূহ:

  1. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ডিফু

  2. নগাওঁ চিকিৎসা মহাবিদ্যালয়, নগাওঁ
  3. ধুবুৰী চিকিৎসা মহাবিদ্যালয়, ধুবুৰী
  4. লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ
  5. দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সতে সংযুক্ত
  6. দন্ত চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ সতে সংযুক্ত
চিকিৎসা প্ৰতিষ্ঠান সঞ্চালকালয়ৰ অধীনত প্ৰস্তাৱিত চিকিৎসা প্ৰতিষ্ঠানসমূহ:
  1. কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়, কোকৰাঝাৰ
  2. নলবাৰী চিকিৎসা মহাবিদ্যালয়, নলবাৰী
  3. তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া