| বিষয় | প্ৰদান কৰা ডিগ্ৰী | আসন সংখ্যা | প্ৰদান কৰা ডিপ্লমা | আসন সংখ্যা |
|---|---|---|---|---|
| এনাটমী বা দেহব্যৱচ্ছেদ বিদ্যা | এম এছ | ৬ | - | - |
| এনাষ্টেথিয়'লজি বা সংজ্ঞাহৰণ বিদ্যা | এম ডি | ৬ | ডি এ | ৬ |
| জৈৱৰসায়ন বিজ্ঞান | এম ডি | ৫ | - | - |
| কমিউনিটী মেডিছিন | এম ডি | ৬ | - | - |
| চৰ্মৰোগ | এম ডি | ৪ | - | - |
| আপাতকালীন আৰু গুৰুতৰকালীন যত্ন | এম ডি | ২ | - | - |
| ই এন টি | এম এছ | ৬ | ডি এল অ' | ২ |
| ফৰেনচিক মেডিছিন | এম ডি | ৩ | ডি এফ এছ এম | ২ |
| মেডিছিন | এম ডি | ১৭ | - | - |
| অণুজীৱবিজ্ঞান | এম ডি | ৭ | - | - |
| স্ত্ৰীৰোগ আৰু প্ৰসূতিৰোগ | এম এছ | ১৩ | - | - |
| চক্ষুৰোগ | এম এছ | ৬ | ডি অ' | ৪ |
| অৰ্থপেডিকছ | এম এছ | ৫ | - | - |
| পেথ'লজি | এম ডি | ৭ | ডি চি পি | ৪ |
| শিশুৰোগ | এম ডি | ৪ | ডি চি এইচ | ৪ |
| ফাৰ্মাক'ল'জী | এম ডি | ৩ | - | - |
| শৰীৰতত্ববিজ্ঞান | এম ডি | ৩ | - | - |
| মনোৰোগ | এম ডি | ৫ | - | - |
| ৰেডিঅ' ডায়'গন'ছিছ | এম ডি | ৬ | - | - |
| শল্যৰোগ | এম এছ | ১৫ | - | - |
| যক্ষ্মা আৰু শ্বাসৰোগ | এম ডি | ২ | - | - |
| বিষয় | আসনসংখ্যা |
|---|---|
| প্লাষ্টিক চাৰ্জাৰী | ২ |
| পেডিয়াট্ৰিক চাৰ্জাৰী | ২ |
| কাৰ্ডিঅ'-থৰাচিক চাৰ্জাৰী | ২ |
| ইউৰ'লজী | ২ |
| নিউৰ'চাৰ্জাৰী | ২ |
ডি এম পাঠ্যক্ৰমসমূহ:
| বিষয় | আসন সংখ্যা |
|---|---|
| নিউৰ'লজী | ২ |
| এণ্ডক্ৰাইন'লজী | ২ |
| কাৰ্ডিঅ'লজী | ২ |
| নেফ্ৰলজী | ২ |
মুখ্য বিষয়:
স্বীকৃতি প্ৰদানকাৰী বিশ্ববিদ্যালয়:
২০১০ চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়
২০০৯ বৰ্ষ পৰ্য্যন্ত অসম বিশ্ববিদ্যালয়
এই এমবিবিএছ ডিগ্ৰী ভাৰতৰ মেডিকেল কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত
| ক্ৰমিক নং | পাঠ্যক্ৰম | স্বীকৃতি | মুঠ |
|---|---|---|---|
| ১ | এমবিবিএছ | ১০০ আসন | ১০০ |
স্নাতক প্ৰয্যায়ত প্ৰতি বছৰে হোৱা নামভৰ্তিৰ সংখ্যা: ১০০
বাছনি প্ৰক্ৰিয়া:
সৰ্বভাৰতীয় আৰু ৰাজ্যিক বাছনি সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে।
বাছনি প্ৰক্ৰিয়া:
সৰ্বভাৰতীয় আৰু ৰাজ্যিক বাছনি সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে।
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সময়: ডিগ্ৰী ৩ বছৰ; ডিপ্লমা – ২ বছৰ
স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে: থেছিছ দাখিল বাধ্যতামূলক
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে উপলব্ধ বিষয়:
| বিষয় | ডিগ্ৰী | ডিপ্লমা | আসন সংখ্যা | স্বীকৃতিৰ পৰ্য্যায় | |
|---|---|---|---|---|---|
| ডিগ্ৰী | ডিপ্লমা | ||||
| ই এন টি | এম এছ | ডি এল অ' | ৩ | ২ | স্বীকৃত |
| মেডিছিন | এম ডি | - | ৭ | - | স্বীকৃত |
| প্ৰসূতি আৰু স্ত্ৰীৰোগ | এম এছ | ডি জি অ' | ৩ | ২ | স্বীকৃত |
| চক্ষু ৰোগ | এম এছ | ডি অ | ৩ | ১ | স্বীকৃত |
| মানসিক ৰোগ | এম ডি | ডি পি এম | ২ | ২ | স্বীকৃত |
| শল্য ৰোগ | এম এছ | - | ৮ | - | স্বীকৃত |
| ৰেডিঅ' ডায়গন'ছিছ | এম ডি | - | ৬ | - | স্বীকৃত |
| এনাষ্টেথিয়লজি | এম ডি | - | ৫ | - | স্বীকৃত |
| পেথলজি | এম ডি | - | ৭ | - | স্বীকৃত |
| অস্থিৰোগ | MS | - | ৪ | - | স্বীকৃত |
| এনাটমী | MS | - | ৪ | - | অনুমোদিত |
| ফিজিঅ'লজি | এম ডি | - | ২ | - | অনুমোদিত |
| বায় কেমিষ্ট্ৰী | এম ডি | - | ৩ | - | অনুমোদিত |
| মাইক্ৰবায়'লজি | এম ডি | - | ৪ | - | অনুমোদিত |
| ফাৰ্মাক'লজী | এম ডি | - | ৩ | - | অনুমোদিত |
| ফৰেনচিক আৰু এছ এম | এম ডি | - | ৩ | - | অনুমোদিত |
| শিশুৰোগ | এম ডি | - | ৩ | - | অনুমোদিত |
| চৰ্মৰোগ | এম ডি | - | ১ | - | অনুমোদিত |