স্বাস্থ্যশিক্ষা সঞ্চালকালয়, অসমৰ অধীনস্থ বিভিন্ন চিকিৎসা মহাবিদ্যালয়সমূহ:
চিকিৎসা মহাবিদ্যালয়সমূহ:
- অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
- শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ
- যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট
- ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ
দন্ত চিকিৎসা মহাবিদ্যালয়:
- আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
নাৰ্চিং মহাবিদ্যালয়:
- আঞ্চলিক নাৰ্চিং মহাবিদ্যালয়, গুৱাহাটী
- বি এছ ছি নাৰ্চিং মহাবিদ্যালয়, ডিব্ৰুগড়
- বি এছ ছি নাৰ্চিং মহাবিদ্যালয়, শিলচৰ
ফাৰ্মাচী প্ৰতিষ্ঠান:
- ফাৰ্মাচী প্ৰতিষ্ঠান, ডিব্ৰুগড়
- ফাৰ্মাচী প্ৰতিষ্ঠান, গুৱাহাটী
- ফাৰ্মাচী প্ৰতিষ্ঠান, শিলচৰ
ৰাজহুৱা স্বাস্থ্যৰ বি এছ ছি:
- চিকিৎসা প্ৰতিষ্ঠান, যোৰহাট
পেৰামেডিকেল প্ৰতিষ্ঠান:
- পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, ডিব্ৰুগড়
পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী
পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, শিলচৰ
পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, যোৰহাট
পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, বৰপেটা
চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনত ত্ৰিস্তৰীয় যত্নৰ চিকিৎসালয়:
- অসম চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, ডিব্ৰুগড়
- গুৱাহাটীচিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, গুৱাহাটী
- শিলচৰ চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, শিলচৰ
- যোৰহাট চিকিৎসা মহাবিদ্যালয়আৰু চিকিৎসালয়, যোৰহাট
- ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়আৰু চিকিৎসালয়, বৰপেটা
- তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তেজপুৰ
- মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় , জিএমচিএইচৰ সতে সংযুক্ত
- ২০০ খন বিচনাযুক্ত কেন্সাৰ চিকিৎসালয়, জিএমচিএইচৰ সতে সংযুক্ত
স্বাস্থ্যশিক্ষা সঞ্চালকালয়, অসমৰ অধীনত স্থাপন হ'বলগীয়া চিকিৎসা প্ৰতিষ্ঠানসমূহ:
অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ডিফু
- নগাওঁ চিকিৎসা মহাবিদ্যালয়, নগাওঁ
- ধুবুৰী চিকিৎসা মহাবিদ্যালয়, ধুবুৰী
- লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ
- দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সতে সংযুক্ত
- দন্ত চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ সতে সংযুক্ত
চিকিৎসা প্ৰতিষ্ঠান সঞ্চালকালয়ৰ অধীনত প্ৰস্তাৱিত চিকিৎসা প্ৰতিষ্ঠানসমূহ:
- কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়, কোকৰাঝাৰ
- নলবাৰী চিকিৎসা মহাবিদ্যালয়, নলবাৰী
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া