I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of Medical Education

পেঞ্চন

এল'পেথিক চিকিৎসকৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা হৈছে।
'আয়ুস' (AYUSH) বিভাগৰ চিকিৎসকৰো অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ বাবে বিভাগে কৰ্তৃপক্ষক আৱেদন কৰিছে।
৩০/০৭/২০১৬ তাৰিখৰ জাননী নং HLA.528/2015/Pt/43