I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of Medical Education

অংগ সংৰোপন

এই প্ৰকল্পৰ বাবে কাৰ্য্যবাহী বিষয়া নিৰ্বাচন কৰা হৈছে আৰু সমিতি গঠন কৰা হৈছে। গড়কাপ্তানি (ভৱন)বিভাগে ইতিমধ্যে অংগ সংৰোপনৰ বাবে অস্ত্ৰোপচাৰ কক্ষ আৰু আইচিইউৰ মেৰামতি/পুনৰ্নিমাণকল্পে ৩৮.৩০ লাখ টকাৰ এক আনুমানিক ব্যয়ৰ হিচাপ দাখিল কৰিছে।

অংগ সংৰোপনৰ অনুমোদন:-

এই অনুমোদন প্ৰদান কৰিব স্বাস্থ্য শিক্ষা সঞ্চালকক অধ্যক্ষ হিচাপে লৈ অসম চৰকাৰে গঠন কৰি দিয়া এখন সমিতিয়ে।