I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of Medical Education

আমাৰ কৰ্তব্য আৰু দায়িত্ৱ

  • চিকিৎসা বিজ্ঞানৰ বিভিন্ন শাখা যেনে এল''পেথিক, আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক তথা পেৰামেডিকেল বিজ্ঞানত দক্ষতা বৃদ্ধি কৰা
  • সঞ্চালকালয়ৰ অধীনত থকা হস্পিতেলৰ মাধ্যমেৰে অসমৰ ৰাইজৰ বাবে স্ৱাস্থ্য সেৱাৰ সুবিধা প্ৰসাৰ কৰা
  • উপযুক্ত পৰিকল্পনাৰ মাধ্যমেৰে চিকিৎসা শিক্ষাৰ বিকাশ আৰু বৰ্ধন
  • অসমত চিকিৎসা বিজ্ঞান বিষয়ক গৱেষণাৰ বিকাশ
  • সঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠানৰ দ্ৱাৰা চিকিৎসা বিজ্ঞান বিষয়ত মানৱসম্পদৰ বিকাশসাধন
  • সঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন স্ৱাস্থ্য শিক্ষা প্ৰতিষ্ঠানৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লমা আৰু পষ্ট ডক্টৰেল পাঠ্যক্ৰমৰ প্ৰশাসনিক নিয়ন্ত্ৰণ
  • ইয়াৰ অধীনস্থ সকলো মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ