I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of Medical Education

নাম ভৰ্তি কৰিব

বিএছছি নাছিং পাঠ্যক্ৰমত নামভৰ্তি

বিএছছি নাৰ্ছিং:

  • আগবঢ়োৱা হয়: আঞ্চলিক নাৰ্চিং মহাবিদ্যালয়, গুৱাহাটী
  • বি এছ ছি নাৰ্চিং কলেজ, ডিব্ৰুগড়
  • বি এছ ছি নাৰ্চিং কলেজ শিলচৰ

শিক্ষাবৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ আগষ্ট মাহত।

মুঠ আসন: ১৮০

বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা ভৰ্তি কৰা হয়।