I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of Medical Education

ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠান

ডিপ্লমা ইন ফাৰ্মাচী, ফাৰ্মাচী প্ৰতিষ্ঠান, অসম মেডিকেল কলেজ, ডিব্ৰুগড়

শ্ৰেণীআসন
সাধাৰণ৪০
অনূসূচীত জাতি
অনুসূচীত জনজাতি (ভৈয়াম)
অনুসূচীত জনজাতি (পাহাৰ)
অবিচি/এমঅ'বিচি১১
চাহ বাগানৰ শ্ৰমিক/প্ৰাক্তন চাহশ্ৰমিক
চৰ এলেকা
মুঠ১০০

ফাৰ্মাচী প্ৰতিষ্ঠান, গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী

শ্ৰেণীআসন
সাধাৰণ৩৮
অনূসূচীত জাতি
অনুসূচীত জনজাতি (ভৈয়াম)
অনুসূচীত জনজাতি (পাহাৰ)
অবিচি/এমঅ'বিচি
মুঠ৬০

ফাৰ্মাচী প্ৰতিষ্ঠান, শিলচৰ মেডিকেল কলেজ, শিলচৰ

শ্ৰেণীআসন
সাধাৰণ২৪
অনূসূচীত জাতি
অনুসূচীত জনজাতি (ভৈয়াম)
অনুসূচীত জনজাতি (পাহাৰ)
অবিচি/এমঅ'বিচি
চৰ অঞ্চল
মুঠ ৪০

* *শাৰীৰিকভাৱে অক্ষম প্ৰাৰ্থীৰ বাবে পৃথকে শ্ৰেণী নাই, একোজন প্ৰাৰ্থী ওপৰত উল্লেখিত যি বৰ্গৰে হয়, সেই অনুযায়ী তাৰ বাবে সংৰক্ষিত আসনৰ পৰাই আসনৰ ব্যৱস্থা কৰা হয়।